Megh MallarMeghaduta

Meghabhahan (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-09-04
1. Historial(Proper Noun-Masculine) Meghbhahan of Kashmir during first century AD married to Amritprabha, daughter of Assam king. ১ম শতিকাৰ বৰ্তমান কাশ্মীৰৰ এজন ৰজা৷ তেওঁৰ পত্নী অমৃতপ্ৰভা অসমৰ জীয়ৰী বুলি কথিত৷ সয়ন্বৰ সভাত এখেতে কাশ্মীৰৰ মেঘবাহনক স্বামী বৰণ কৰিছিল৷ বিয়াৰ পাছত মেঘবাহন কাশ্মীৰৰ ৰজা হয়৷ পাছলৈ মেঘবাহনে বৌদ্ধ ধৰ্ম গ্ৰহন কৰে৷ অমৃতপ্ৰভাই বৌদ্ধ ভিক্ষুৰ বাবে `অমৃত ভৱন` নামৰ এক বিহাৰ স্থাপন কৰিছিল৷
English: Meghabhahan,
Assamese: মেঘবাহন