mesokjojogipamess

Mesopotamia (English) [ IPA: [IPA] ASM: মেচোপটেমিয়া]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-09-24
1. Place(Proper Noun-Neuter) Mesopotamia ( "land of rivers") is a name for the area of the Tigris–Euphrates river system, corresponding to modern-day Iraq, Kuwait, the northeastern section of Syriaand to a much lesser extent southeastern Turkey and smaller parts of southwestern Iran. পুৰণি বিখ্যাত নৈপৰীয়া সভ্যতাবোৰৰ ভিতৰত উল্লেখযোগ্য৷ ইৰাকৰ দুই বিখ্যাত নদীৰ পাৰত গঢ়লৈ উঠা সভ্যতা৷ টাইগ্ৰিছ আৰু ইউফ্ৰেটিছ ইৰাকৰ দুখন নদীৰ নাম৷ আজিও বৈ আছে এই নদী ইৰাকৰ বুকুৰ মাজেৰে৷ গঢ় লৈ উঠিছিল ইৰাকৰ ভূমিতে মেছ’প’টেমিয়া সভ্যতা৷ গ্ৰীক ভাষাত মেছ’প’টেমিয়াৰ অৰ্থ দুই নদীৰ মাজৰ ভূমি৷