NRINtunfulu

NSG (English) [ IPA: এনএচজি ASM: এনএচজি]
Contributed by: Partha P Sarmah on 2008-11-28
1. (Proper Noun) National Security Guards. সন্ত্ৰাসবাদ প্ৰতিৰোধৰ বাবে গঠিত এক অতি উচ্চ স্তৰীয় ভাৰতীয় কামাণ্ডো দল৷ সেনা আৰু অৰ্দ্ধ সামৰিক গোটৰ পৰা বছা বছা সৈনিকক লৈ তৈয়াৰ কৰা বাহিনী৷
English: NSG,
Assamese: এন এছ জি