numitnummary
Numit lei (Meeteilon) [ Roman: nu.mit.lei]
1. (Proper Noun-Neuter) any plant of the genus Helianthus having large flower heads with dark disk florets and showy yellow rays.
হালধীয়া বৰণৰ, ডাঙৰ, পদুমৰ নিচিনা চকা পাতি ফুল মেলা এবিধ ফুল৷ পাতৰ দাঁতিবোৰ ফেৰেঙণি মেলা আৰু ফুলবিলাক সূৰ্য্যৰ ফাললৈ মুখকৈ থাকে।