péyangPh.D.

PF (English) [ IPA: PF ASM: পিএফ]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-06-07
1. (Proper Noun) Provident Fund is a defined benefit scheme, It's provides for compulsory contributory fund for the future of an employee after his retirement or for his dependents in case of his early death. The accumulated amount with interest is returned to Employee on the retirement. কৰ্মচাৰীৰ অৱসৰৰ পাছত বা অকস্মাত মৃত্যু হ’লে পাব পৰাকৈ কৰ্মচাৰী আৰু নিয়োগকৰ্তাৰ অৰ্থৰে গঠিত পুঁজি ৷ জমা হোৱা পুঁজি সুতসহ কৰ্মচাৰীৰ অৱসৰৰ পাছত প্ৰদান কৰা হয়৷