sonicsonkho

SONITPUR (English) [ IPA: SONITPUR ASM: শোনিতপুৰ]
Contributed by: Deepro Chakraborty on 2007-07-25
1. Place(Proper Noun) A district of Assam, situated on the north bank of Brahmaputra. Sonitapura was an ancient city which was the capital of Banasura mentioned in Mahabharata. Now it is called Tezpur. It is the headquarter of Sonitpur district. শোণিতপুৰ অসমৰ এখন জিলা| ইয়াৰ সদৰঠাই তেজপুৰত| ভাৰতৰ প্রাচীন সাহিত্যত শোণিতপুৰৰ নাম পোৱা যায়| ব্রহ্মপুত্রৰ উত্তৰ পাৰৰ এই চহৰত বাণাসুৰৰ ৰাজধানী আছিল | বর্তমান নগৰখনক তেজপুৰ নামেৰে জনা যায়|
English: SONITPUR,
Assamese: শোণিতপুৰ