shepherdshermuli

Sherdukpen (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-11-10
1. Sociology(Common Noun-Common) A small tribe of North-East India. They refer to themselves as Senji-Thonji, but the name Sherdukpen, which is what the neighboring tribes call them, was adopted by the Indian Government. ছেৰ্ডুকপেন হৈছে এটা সৰু জনগোষ্ঠী৷ তেওঁলোক ভাল খেতিয়ক যদিও বেপাৰ-বাণিজ্যত বেছি গুৰুত্ব দিয়ে৷ তেওঁলোক সাধাৰণতে মহাযান বৌদ্ধ ধৰ্ম আৰু জনগোষ্ঠীয় পৰম্পৰাগত ধৰ্মীয় বিশ্বাস কৰে৷