siringbisirip

Siringphukan (English)
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-08-31
1. Surname(Abstract Noun) A post in Ahom Kingdom. Now, a title. আহোম ৰাজত্বত এটি পদৱী৷ এতিয়া এটা উপাধি৷আহোম সকলৰ চোমদেও মূৰ্ত্তিৰ পূজাৰ কাৰ্য কৰা পুৰোহিতসকলৰ এটা খেল চিৰিং, এই খেলৰ প্ৰধান জনক ‘চিৰিংফুকন’ বোলা হয়৷