sunburstSundaridiya

Sundarban (English) [ IPA: [IPA] ASM: সুন্দৰবন]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2014-10-11
1. Place(Proper Noun-Neuter) The Sundarbans is a natural region in Bengal. It is the largest single block of tidal halophytic mangrove forest in the world. The Sunderbans is approximately 10,000 km2 of which 60% is located in Bangladesh with the remainder in India. The Sunderbans is a UNESCO World Heritage Site. সুন্দৰবন এখন ৰাষ্ট্ৰীয় উদ্যান৷ পশ্চিমবঙ্গৰ সুন্দৰবন অঞ্চলত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান, ব্যাঘ্ৰপ্ৰকল্প, ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান আৰু এখন `বায়োস্ফিয়াৰ ৰিজাৰ্ভ` বা ’সংৰক্ষীত জীৱমণ্ডল’৷ এইখন বঙ্গোপসাগৰৰ পাৰৰ গংগা-বহ্মপুত্ৰ ব-দ্বীপ অঞ্চলত অৱস্থিত
English: Sundarban,
Assamese: সুন্দৰবন