Access roadaccession

accessible (English) [ IPA: ɪkˈsesəbəl ASM: এক্সেচিব’ল্]
1. (Proper Adj.) Which is easy to approach, enter, or use. যাৰ ওচৰলৈ যাবলৈ, ভিতৰত প্ৰৱেশ কৰিবলৈ, বা যিটো ব্যৱহাৰ কৰিবলৈ সহজ ৷

Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2006-03-17
2. (Adjective Adj.) something that can be acquired easily কষ্ট নকৰাকৈ বা নোহোৱাকৈ পোৱা ।