ajukangAka

ajwain (English) [ IPA: ajwain ASM: আজৱাইন]
Contributed by: Biraj Kumar Kakati on 2009-04-26
1. Spices(Common Noun) It is the small seed-like fruit similar to that of the Bishop's Weed and also used to eat with paan. Ajwain probably originated in Egypt and the eastern Mediterranean area. It is very widely cultivated in black soil particularly along the riverbank in Egypt and many other countries like India, Iran and Afghanistan. এবিধ বাম খেতিত হোৱা সুগন্ধি মচলা-গুটি ৷ দেখিবলৈ গুৱা-মু্ড়িৰ নিচিনা আৰু ইয়াক তামোলৰ লগত খাবলৈও ব্যৱহাৰ কৰা দেখা যায় ৷ সম্ভৱতঃ ইজিপ্তৰ পৰা খেতি কৰিবলৈ আৰম্ভ কৰা আজনি বৰ্তমান ভাৰত, ইৰাণ আৰু আফগানিস্তানতো বহুলভাৱে খেতি কৰা দেখা যায় ৷