ambariamber

ambassador (English) [ IPA: æmˈbæsədər ASM: এম্বেচাডৰ]
1. (Common Noun-Common) an important official who lives in a foreign country to represent his or her own country there, and who is officially accepted in this position by that country. বিদেশী ৰাষ্ট্ৰত নিজৰ দেশক প্ৰতিনিধিত্ব কৰা গুৰুত্বপূৰ্ণ বিষয়া, যাক সেই পদবীত উক্ত ৰাষ্ট্ৰখনে আনুষ্ঠানিকভাৱে স্বীকাৰ কৰি লয়।

Contributed by: Bikram M Baruah on 2011-10-19
2. (Material Noun-Neuter) A typical Indian car manufactured by Hindustan Motors. হিন্দুস্তান মটৰ্ছে সাজি উলিওৱা এখন ভাৰতীয় মটৰ গাড়ী৷

ambassador (Nagamese)
Contributed by: Mousumi Konwar on 2023-05-01
3. (Common Noun-Common) an important official who lives in a foreign country to represent his or her own country there, and who is officially accepted in this position by that country. বিদেশী ৰাষ্ট্ৰত নিজৰ দেশক প্ৰতিনিধিত্ব কৰা গুৰুত্বপূৰ্ণ বিষয়া, যাক সেই পদবীত উক্ত ৰাষ্ট্ৰখনে আনুষ্ঠানিকভাৱে স্বীকাৰ কৰি লয়।