Ananta Kandolianaphora

anaphase (English) [ IPA: ˈænəˌfeɪz ASM: এনাফেজ]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-03-06
1. Biology(Abstract Noun) the stage in mitosis or meiosis following metaphase in which the daughter chromosomes move away from each other to opposite ends of the cell দৈহিক আৰু হ্ৰাসাত্মক কোষ বিভাজনৰ মধ্যস্তৰৰ পৰৱৰ্ত্তী স্তৰ, য’ত অপত্য ক্ৰমজ’মবিলাকে পৰস্পৰ আঁতৰি গৈ কোষটোৰ দুই প্ৰান্তৰ ফালে গতি কৰে