architectarchive

architecture (English) [ IPA: ˈɑrkəˌtektʃər ASM: আৰ্কিটেকচাৰ]
Contributed by: Rupankar Mahanta on 2006-11-29
1. (Abstract Noun) Art of design and construction of buildings. ভৱনৰ ৰূপাঙ্কণ আৰু নিৰ্মাণ সম্পৰ্কীয় কলা বা বিজ্ঞান।

Contributed by: Priyankoo (প্ৰিয়ংকু) on 2006-11-29
2. (Abstract Noun) the discipline of study dealing with the principles of design, construction and ornamentation of fine buildings অট্টালিকাৰ আৰ্হি প্ৰস্তুত, নিৰ্মাণ আৰু সুশোভিতকৰণৰ বিষয়ৰ অধ্যয়নৰ সৈতে জড়িত বিজ্ঞানৰ এক শাখা