asteasterisk

aster (English) [ IPA: ˈæstər ASM: এষ্টাৰ]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-03-06
1. Biology(Material Noun-Neuter) a system of gelated cytoplasmic rays arranged radially about a centriole at either end of the mitotic or meiotic spindle. দৈহিক বা হ্ৰাসাত্মক কোষ বিভাজনৰ সময়ত গঠন হোৱা মহুৰাৰ উভয় প্ৰান্তত ছেণ্ট্ৰিয়’লৰ পৰা বিকীৰ্ণভাৱে সজ্জিত কোষপ্ৰৰসীয় ৰশ্মিয়ে সৃষ্টি কৰা এক আকৃতি।
English: aster, cytaster,
Assamese: তাৰকা