astrophysicsasug-ayug
astute (English)
English: astute, clever, smart,
Assamese: চতুৰ, চালাক, টটাটিঙা, টামন, টিমক, টেঙৰ, টেণ্টন, ধুৰন্ধৰ, ফুট-মণিয়াৰ, ফুটিয়াল, বুধিয়ক, শাল-চকুৱা, সুজান,
Karbi: kere, reh,
Nagamese: chalak,
Dimasa: grikbi, pakor,
Tai: লেইম্,
1. (Proper Adj.-Common &/or Masculine) Possessing quickness of intellect, skill, dexterity
মানসিক ভাৱে ক্ষীপ্ৰ আৰু কৌশলী৷