autotrophicautumn

autotrophy (English)
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2023-09-13
1. Biology(Verbal Noun) capability of self-nourishment by using inorganic materials as a source of nutrients and using photosynthesis or chemosynthesis as a source of energy অজৈৱ পদাৰ্থৰ পৰা নিজে নিজৰ খাদ্য প্ৰস্তুত কৰি নিজকে পোষণ প্ৰদান কৰিব পৰা আৰু সালোক সংশ্লেষণ বা ৰাসায়নিক সংশ্লেষণৰ দ্বৰা শক্তি উৎপাদন কৰিব পৰা সামৰ্থ্য
English: autotrophy,
Assamese: স্বপোষণ