baotaiBap therak

baotaidanangni (Dimasa)
Contributed by: Kulendra Daulagupu on 2009-08-13
1. (Abstract Noun) an early twentieth century movement in art and literature which advocated a complete break with tradition and the realistic mode of narrative representation. It aimed at new expressions thorugh forms, subjects and styles and expressed confidence in the modern world, particularly in modern machine কুৰি শতিকাৰ প্ৰাতঃকালত য়ুৰোপৰ কোনো কোনো দেশত কলা আৰু সাহিত্যৰ পথাৰত হোৱা এক চমু আন্দোলন| আধুনিক পৃথিৱীৰ, বিশেষকৈ আধুনিক যন্ত্ৰ-পাতিৰ ওপৰত গভীৰ বিশ্বাস ৰখা এই ধাৰাই পৰম্পৰাগত বাস্তৱবাদী প্ৰকাশভংগীৰ বিৰোধীতা কৰি নতুন বিষয়বস্তু, শৈলী আদিত গুৰুত্ব দিছিল