barbed wirebarber

barbel (English)
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2023-09-19
1. Fish(Material Noun-Neuter) a slender, external process on the jaw or other part of the head of certain fishes কেতবোৰ মাছৰ হনু বা মূৰৰ আন অংশৰপৰা বাহিৰলৈ ওলোৱা খীণ, দীঘলীয়া শুং

Contributed by: Himasri Das on 2023-09-24
2. Fish(Common Noun-Common) any of various cyprinoid fishes of the genus Barbus, especially B. barbus, of European waters. ইউৰোপীয় জলসীমাৰ বাৰবাছ প্ৰজাতিৰ বিভিন্ন চাইপ্ৰিন`ইড মাছৰ যিকোনো এটা