biologybiome

biomass (English)
Contributed by: Mousumi Konwar on 2023-01-08
Ref: শৰাইঘাট অভিধান - ৩য় প্ৰকাশ (২০১২চন)
1. Agriculture(Common Noun-Common &/or Masculine) Full dry weight of crop produced per unit area প্ৰতি একক মাটিকালিত উত্য়পাদিত শস্যৰ সম্পূৰ্ণ শুকান অৱস্থাৰ ওজন
English: biomass,
Assamese: জীৱভৰ

Contributed by: Himasri Das on 2023-09-26
2. (Abstract Noun) the amount of living matter in a given habitat, expressed either as the weight of organisms per unit area or as the volume of organisms per unit volume of habitat. কোনো এটা বাসস্থানত জীৱিত পদাৰ্থৰ পৰিমাণ, হয় প্ৰতি একক ক্ষেত্ৰফলত জীৱৰ ওজন হিচাপে বা প্ৰতি একক আয়তনৰ বাসস্থানত জীৱৰ আয়তন হিচাপে প্ৰকাশ কৰা হয়৷
English: biomass,
Assamese: জীৱভৰ