bisibising
bisilai (Dimasa)
1. (Pronoun) used in interrogative sentence to enquire the amount of something
কোনো বস্তু আৰু সময়ৰ পৰিমাণ জানিবলৈ ব্যৱহাৰ কৰা প্ৰশ্নবোধক শব্দ

2. (Pronoun) used in interrogative sentence to enquire the number or quantity of something
সিমিত সংখ্যক কোনো বস্তু বা মানুহ বা প্ৰাণী বুজোৱা শব্দ৷
English: how many,
Assamese: কতক, কেই, কেইটা, কেতেক,
Karbi: koan,
Dimasa: bisilai, mabisi,

Related Ideas:

a. Pronoun: how much, কত, কতক, কিমান, কেখনি