bumaosibumblebee
bumble (English) [ IPA: ˈbəmbəl ASM: বাম্বল]
English: bumble, buzz, hum,
Assamese: গুঞ্জৰি উঠ্, গুঞ্জৰ্, গুণগুণা, পুনপুনা, ভুনভুনা,
Mising: ngunu ngunu,
Deori: গুন-গুনানি,
1. (Verb-Intran.) make a low steady continuous indistinct sound like a bee
ওঁঠ দুটা বন্ধ ৰাখি মৌমাখিৰ দৰে শব্দ কৰি কথা ক বা গান গা
ওঁঠ দুটা বন্ধ ৰাখি মৌমাখিৰ দৰে শব্দ কৰি কথা ক বা গান গা
Assamese: গুঞ্জৰি উঠ্, গুঞ্জৰ্, গুণগুণা, পুনপুনা, ভুনভুনা,
Mising: ngunu ngunu,
Deori: গুন-গুনানি,