caliphcall forth

call (English) [ IPA: ˈkɔl ASM: কল]
Contributed by: Ranjita Pegu on 2007-02-25
1. (Verb-Trans.) to request (spoken or written) to participate or be present or take part in something. কোনো অনুষ্ঠান বা আন কিহবাত উপস্থিত থাকিবলৈ, যোগদান কৰিবলৈ বা অংশ ল’বলৈ (কথিত বা লিখিত) অনুৰোধ কৰ্।

Contributed by: Bikram M Baruah on 2009-04-21
2. (Verb-Trans.) to utter words to attract somebody's attention. কাৰোবাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ মুখেৰে শব্দ কৰ্।

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-08-10
3. (Verb-Trans.) spell out or pronounce the name of নামটো উচ্চাৰণ কৰ্ বা নাম ধৰি মাত্
English: call,
Assamese: নাম কাঢ়্