canonistcanorously

canopy (English) [ IPA: ˈkænəpiː ASM: কেন’পি]
Contributed by: ৰূপকমল on 2007-03-18
1. (Material Noun-Neuter) A cover over a bed or head for shelter or decoration ডাঙৰ লোক বহা অথবা দেৱতাৰ মূৰ্তি থোৱা ঠাইৰ ওপৰত তৰা কাপোৰ ।

Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2007-03-18
2. (Material Noun-Neuter) structure built on entrance of a building. সত্ৰ নাইবা কোনো বিশেষ মানুহৰ ঘৰৰ পদূলিত সজা বাটচ`ৰা৷
English: canopy,
Assamese: কৰপাট