chardomcharged

charge (English) [ IPA: ˈtʃɑrdʒ ASM: চাৰ্জ]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2010-03-25
1. (Abstract Noun) monetary or material worth. আৰ্থিক বা বস্তুগত গুৰুত্ব।

Contributed by: Bikram M Baruah on 2007-04-26
2. Physics(Abstract Noun) one of the basic properties of the elementary particles of matter giving rise to all electric and magnetic forces and interactions. The two kinds of charge are given negative and positive algebraic signs: measured in coulombs. মৌলিক পদাৰ্থৰ এক ধৰ্ম, যি সকলো বৈদ্যুতিক আৰু চৌম্বিক বল আৰু বিক্ৰিয়াৰ সৃষ্টি কৰে। কুলম্ব এককৰ দ্বাৰা সূচোৱা ইয়াৰ মান ধনাত্মক বা ঋণাত্মক হ`ব পাৰে।
English: charge,
Assamese: আধান

Related Idea:

a. Verbal Adj.: charged, আধানযুক্ত, আহিত...

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-04
3. (Abstract Noun) a duty or responsibility laid upon or entrusted to one কোনো ব্যক্তিক আৰোপিত বা ন্যস্ত কৰা কৰ্ত্তব্য বা দায়িত্ব

Contributed by: Webmaster-II on 2017-09-27
Ref: আধুনিক অসমীয়া শব্দকোষ
4. (Verbal Noun) the act of indicting, i.e. charging with an offense or crime কোনো দোষ বা অপৰাধ কৰা বুলি অভিযোগ বা দায়ী কৰা কাৰ্য্য