chiktetachikungpi

chikung (Karbi)
Contributed by: মৰ্ণিংকে ফাংচ` (Morningkeey Phangcho) on 2008-08-21
1. Fish(Common Noun) any of several small, long-tailed, chiefly marine crustaceans of the decapod suborder Natania, certain species of which are used as food. মাছ নহয় অথচ মানুহে খোৱা এবিধ পানীৰ পোক৷ ইয়াৰ ঠেং আৰু মুখত শুং থাকে আৰু গোটা এখন টান বাকলিৰে ঢাক খাই থাকে; ইয়াৰ ডাঙৰ সৰু কেইবাজাতিও আছে; ইয়াৰ বুকুৰ নোমৰ মাজত কণী হয়, ইয়াক বন্ধ-পানীত পোৱা হয়৷
English: krill, prawn, shrimp,
Assamese: নিছলা মাছla , মিছা মাছ,
Bodo: नाथुर,
Mising: sumbur,
Khasi: shymprong,
Karbi: chikung,
Hmar: kaikuong,
Nagamese: misa-mas,
Dimasa: nathuh, natu santi,
Hindi: झींगा