codingcoerce

coefficient (English) [ IPA: ˌkoʊəˈfɪʃənt ASM: ক’ইফিচিয়েণ্ট]
Contributed by: Rajib Kumar Dutta (ৰাজীৱ কুমাৰ দত্ত) on 2006-11-08
1. Physics(Abstract Noun) A number expressing the amount of some change or effect under certain conditions এক নিৰ্দ্দিষ্ট অৱস্থাত কোনো পৰিৱৰ্ত্তন বা ফলৰ পৰিমাণ বুজোৱা এক সংখ্যা
English: coefficient,
Assamese: সহগ

Contributed by: Rajib Kumar Dutta (ৰাজীৱ কুমাৰ দত্ত) on 2006-11-08
2. Mathematics(Abstract Noun) a number or quantity placed before and multiplying another quantity আন এটা সংখ্যাৰ আগত বহা এটা সংখ্যা যি পিচৰ সংখ্যাটোক পূৰণ কৰি বৰ্দ্ধিত কৰে
English: coefficient,
Assamese: গুণক