cohesioncoil
coiffure (English) [ IPA: kwɑˈfjʊr ASM: কইফুৰ]
1. (Abstract Noun-Neuter) a way of hairdressing
চুলি ৰখা বা সজোৱাৰ ধৰণ

Ref: হেমকোষ - ১৫শ সংস্কৰণ (২০১৩ চন)
2. (Abstract Noun) The art of styling and decorating hairs.
চুলি বন্ধা বা চুলিক সুসসজ্জিত কৰা