collaboratecollage

collaboration (English) [ IPA: collaboration ASM: কলাবৰেচন]
Contributed by: Vikramjit Kakati on 2011-09-23
1. (Abstract Noun) The interaction of two or more agents or forces so that their combined effect is greater than the sum of their individual effects. দুই বা ততোধিক পক্ষ বা দলৰ মাজৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া যাতে তেওঁলোকৰ যুটীয়া প্ৰভাৱ দুয়োৰে সুকীয়া-সুকীয়া প্ৰভাৱৰ যোগফলতকৈ বেছি হয়