contestationcontextual

context (English) [ IPA: ˈkɑnˌtekst ASM: কানটেক্স]
Contributed by: Biraj Kumar Kakati on 2009-06-07
1. (Abstract Noun) Discourse that surrounds a language unit and helps to determine its interpretation. কোনো উদ্ধৃতিৰ সঙ্গতি দৰ্শাই আন এটা কথাৰ উদ্ধৃতি দিয়া ৷

Contributed by: ৰূপকমল on 2007-03-30
2. (Abstract Noun) the situation referred to in the text, circumstances in which the event has occured or described ৰচনা বা টোকাৰ মাজত উল্লেখ কৰা অৱস্থা; যি প্ৰেক্ষাপটত ঘটনাটো ঘটিছিল বা বৰ্ণনা কৰা হৈছিল