copyistcopywriter

copyright (English) [ IPA: [copyright] ASM: কপিৰাইট]
Contributed by: Dr. Neelotpal Deka, LL.M. (IT & IP Law, UK) on 2007-05-20
1. Legal(Abstract Noun) The right by law to be the entity which determines who may publish, copy and distribute a piece of writing, music, picture or other work of authorship আইনপ্ৰদত্ত অধিকাৰ যাৰ দ্বাৰা কোনো লিখনি,সংগীত,ছবি বা যিকোনো সৃষ্টিৰ প্ৰকাশ,নকল আৰু বিতৰণৰ অনুমতি দিয়াৰ অধিকাৰ কোনো ব্যক্তি বা সংগঠন বিশেষৰ হাতত থাকে

Contributed by: Anjal Borah (অঞ্জল বৰা) on 2007-05-20
2. Legal(Abstract Noun) The legal right granted to an author for his own book. নিজস্ব কোনো কিতাপৰ প্ৰতিলিপি আনে কৰিব নোৱাৰাকৈ ৰখা আইনগত অধিকাৰ ৷

Contributed by: Mousumi Konwar on 2023-08-26
3. (Abstract Noun) the exclusive right legally obtained by the author of his work or his nominee regarding the printing or publication of a book কোনো কিতাপৰ মুদ্ৰণ বা প্ৰকাশ সম্পৰ্কে উক্ত গ্ৰন্থৰ লেখক বা তেওঁৰ মনোনীত ব্যক্তিয়ে আইনগতভাৱে পোৱা একচেটিয়া অধিকাৰ