cowitchcowman

cowlick (English) [ IPA: ˈkæʊˌlɪk ASM: কাউলিক]
Contributed by: Atul Ch. Kakoti on 2009-07-17
1. (Material Noun-Neuter) A tuft of hair turned up over the backhead or sometimes it is looks upon the forehead. গৰুৱে চেলেকাৰ দৰে পাক খাই ওপৰলৈ উঠা চুলি৷ সাধাৰণতে সকলো মতা মানুহৰ মূৰৰ পাচফালে এটা বা কোনো কোনো মানুহৰ দুটা চক থাকে৷ এই ওপৰলৈ উঠি থকা চুলি কেইডালকে ষাঁড়চেলেকা বোলে৷