credulitycreed

credulous (English) [ IPA: ˈkredʒələs ASM: ক্ৰেডুলাচ]
Contributed by: Partha P Sarmah on 2008-05-08
1. (Adjective Adj.) believing others or what others say too easily. আনক বা আনে কোৱা কথা অতি সহজে মানি লোৱা বা বিশ্বাস কৰা৷ যেনেঃ বৰ ব’মভোলা (ধৰণৰ) মানুহহে!