curiosityCurium
curious (English) [ IPA: ˈkjʊriːəs ASM: কিউৰিয়াচ]
Contributed by: Biraj Kumar Kakati on 2009-07-29
English: curious,
Assamese: কৌতুকজনক, কৌতুকাৱহ, কৌতূহলজনক, কৌতূহলোদ্দীপক,
Bodo: उसु-गुदु
English: curious, inquisitive,
Assamese: অনুসন্ধিৎসু, আগ্ৰহান্বিত, উদগ্ৰীৱ, উৎকৰ্ণ, কুতূহলী, কৌতুকী, কৌতূহলী, জিজ্ঞাসু, জ্ঞানতৃষ্ণা, জ্ঞানপিপাসা, জ্ঞানলিপ্সু, জ্ঞানাভিলাষী, ব্যগ্ৰ,
Bodo: मिथिनो लुबैनाय,
Hindi: उत्कंठित
curious (English) [ IPA: ˈkjʊriːəs ASM: কিউৰিয়াচ]
Contributed by: Biraj Kumar Kakati on 2009-07-29
1. (Proper Adj.-Common) Arousing interest because of novelty, strangeness or peculiarity. অগতানুগতিক বিশেষত্ব থকাৰ বাবে জানিবলৈ আগ্ৰহ জন্মাব পৰা ৷
Assamese: কৌতুকজনক, কৌতুকাৱহ, কৌতূহলজনক, কৌতূহলোদ্দীপক,
Bodo: उसु-गुदु
Different POS:
a. Abstract Noun: curiosity, inquisitiveness, অনুসন্ধিৎসা, কুতূহল, কৌতুকাৱিষ্ট...
2. (Proper Adj.-Common) very interested in learning about different things বিভিন্ন বিষয়-বস্তুৰ বিষয়ে জানিবলৈ আগ্ৰহী বা উৎসুক.
Assamese: অনুসন্ধিৎসু, আগ্ৰহান্বিত, উদগ্ৰীৱ, উৎকৰ্ণ, কুতূহলী, কৌতুকী, কৌতূহলী, জিজ্ঞাসু, জ্ঞানতৃষ্ণা, জ্ঞানপিপাসা, জ্ঞানলিপ্সু, জ্ঞানাভিলাষী, ব্যগ্ৰ,
Bodo: मिथिनो लुबैनाय,
Hindi: उत्कंठित