danderdandruff

dandiya (English) [ IPA: [dandiya] ASM: ডাণ্ডিয়া]
Contributed by: Partha P Sarmah on 2011-09-26
1. Music(Proper Noun-Neuter) traditional folk dance of Vrindaban. It depicts the scenes of Holy and the `leela` of Lord Krishna and Radha. বৃ্ন্দাবনৰ পাৰম্পৰিক, জনপ্ৰিয় লোকনৃত্য৷ নৱৰাত্ৰিৰ সময়ত ফাকুৱা আৰু শ্ৰীকৃষ্ণৰ ৰাসলীলা প্ৰদৰ্শন কৰি পৰম্পৰাগত সুন্দৰ সাজ-পোচাকেৰে পুৰুষ, মহিলা উভয়ে নাচে৷ দুয়োহাতত লোৱা দুডাল ৰঙীন বাঁহৰ মাৰিৰে সঙ্গীৰ বাঁহৰ মাৰিত টুকুৰিয়াই টুকুৰিয়াই সঙ্গীতৰ তালে-তালে চক্ৰাকাৰে ঘূৰি ঘূৰি নচা এই নৃত্য অতি আকৰ্ষণীয় ৷