dhulldhunga

dhuluki (English) [ IPA: dhuluki ASM: ধুলুকী]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-05-27
1. (Material Noun-Neuter) a mucical instruments like drum. ডাঙৰ কলহৰ মুৰটো ভাঙি তাৰ বহলফালে ঢোলৰ দৰে কৰি আনফালে খোলা ৰাখি মিছিং জনজাতিসকলে বিহু মাৰিবলৈ আহোতে, দুয়োটা ভৰিৰ মাজত ভৰাই দুয়োটা হাতেৰে বজোৱা এবিধ লোকবাদ্য ৷
English: dhuluki,
Assamese: ঢুলুকি