dumbdumbrong, damsru

dumbbell (English)
Contributed by: Bikram M Baruah on 2021-01-27
1. (Material Noun-Neuter) A exercising equipment with two heavy metal ball linked by a handle or bar ব্যায়াম কৰা এক আহিলা৷ লো, ইস্পাত আদিৰ দৰে কোনো ধাতুৰ দ্বাৰা গড়িত এই আহিলা এডাল দণ্ডৰ দুই মুৰে দুটা গোলাকাৰ আকৃতি থাকে৷
English: dumbbell,
Assamese: ডাম্বেল