eateryeaves
eating (English) [ IPA: ˈiːtɪŋ ASM: ইটিং]
Contributed by: Biraj Kumar Kakati on 2008-07-01
English: eating,
Assamese: অদন, অভ্যৱহাৰ, অভ্যৱহৰণ, অশন, আশ, খাওন, খাদন, খাৱন, খোৱা-বোৱা, খোৱা-লোৱা, গ্ৰসন, গ্ৰাসকৰণ, নিগৰণ, প্ৰত্যৱসান, প্ৰাশ, প্ৰাশন, প্ৰাসন, ভক্ষণ, ভুক্তি, ভোজন, সেৱন,
Bodo: जागासिनो दं, जादों,
Dimasa: jibah, jibah-lingbah
Contributed by: Bikram M Baruah on 2021-09-24
eating (English) [ IPA: ˈiːtɪŋ ASM: ইটিং]
Contributed by: Biraj Kumar Kakati on 2008-07-01
1. (Verbal Noun) The act of consuming food. ভাত পানী বা আন কোনো আহাৰ খোৱা কাৰ্য৷
Assamese: অদন, অভ্যৱহাৰ, অভ্যৱহৰণ, অশন, আশ, খাওন, খাদন, খাৱন, খোৱা-বোৱা, খোৱা-লোৱা, গ্ৰসন, গ্ৰাসকৰণ, নিগৰণ, প্ৰত্যৱসান, প্ৰাশ, প্ৰাশন, প্ৰাসন, ভক্ষণ, ভুক্তি, ভোজন, সেৱন,
Bodo: जागासिनो दं, जादों,
Dimasa: jibah, jibah-lingbah
Contributed by: Bikram M Baruah on 2021-09-24
2. (Verbal Adj.) engaged in eating ভোজন কৰি থকা বা খাই থকা