empty-handedemulsion
emulation (English) [ IPA: ˌemjəˈleɪʃən ASM: ইমালচন]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-06-21
English: emulation, rivalry,
Assamese: অগীয়া-বগীয়া, অৰিয়াঅৰি, আওনাআউনি, ফেৰিয়া-ফেৰি, বগিয়াবগি,
Bodo: फाथिलायनाय,
Deori: দে, পেৰিয়া-পেৰি, বগিয়া-বগি-নমা, মাদুজুবা
emulation (English) [ IPA: ˌemjəˈleɪʃən ASM: ইমালচন]
Contributed by: Anjal Borah (অঞ্জল বৰা) on 2008-06-21
1. (Common Noun) the act of competing with one another. এজনে আন এজনৰ লগত বাগি ধৰা কাৰ্য্য ৷