endeavourending

endi (English) [ IPA: [endi] ASM: এণ্ডি]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-05-25
1. Textile(Material Noun-Neuter) a kind of silk produced in Assam from the fiber of the cocoon of the silkworm Philosamia rinini that feeds on castor leaves এৰা গছৰ পাত খোৱা ফিল’চেমিয়া ৰিনিনি প্ৰজাতিৰ এবিধ পাটপলুৰ দ্বাৰা উৎপাদিত আঁহৰ পৰা তৈয়াৰ কৰা এক বিশেষ ৰেচম সূতা
English: endi, errandi silk,
Assamese: এড়ী,
Tai: মঙ্