enviousenvisage

environment (English) [ IPA: ɪnˈvaɪrə(n)mənt ASM: ইনভাইৰ(ন)মেণ্ট]
adj: environmental
1. (Abstract Noun) The external circumstances, conditions, and objects that affect existence and development. আমাৰ চাৰিওফালৰ বিভিন্ন জীৱিত অথবা নিৰ্জীৱ বস্তু যিবিলাকে আমাৰ জীৱন ধাৰণত প্ৰভাৱ পেলাব পাৰে ৷