farsightedfart

farsightedness (English) [ IPA: ˈfɑrˌsaɪtədnəs ASM: ফাৰচাইটনেচ]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-02-26
1. Medical Science(Abstract Noun) a condition of the eye in which parallel rays are focused behind the retina, distant objects being seen more distinctly than near ones. দূৰৰ পৰা চকুত আহি পৰা পোহৰৰ ৰশ্মি ৰেটিনাত পৰাৰ সলনি ৰেটিনাৰ পাচফালে পৰাৰ ফলত ওচৰৰ বস্তু ভালকৈ নেদেখি কেৱল দূৰৰ বস্তুহে দেখা পোৱা চকুৰ এক বিকাৰ।