fatalfatalist

fatalism (English) [ IPA: fatalism ASM: ফেটালিজিম]
Contributed by: Prasanta Borah (প্ৰশান্ত বৰা) on 2008-02-17
1. (Abstract Noun) the belief that all events are decided in advance by a supernatural power and humans have no control over them. ভগৱানৰ দ্বাৰা সকলো কাম কাজ বা সকলোৰে ভাগ্য নিৰ্ধাৰিত হয় আৰু ইয়াত মানুহৰ কোনো হাত নাই বা এই পূৰ্ব নিৰ্ধাৰিত ভাগ্য কোনো মানৱিক শক্তিৰে বদলি কৰিব নোৱাৰি বুলি বিশ্বাস কৰা এক মতবাদ৷