feudalfever

feudalism (English) [ IPA: ˈfjuːdəˌlɪzəm ASM: ফিউডেলিজম]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-08-12
1. (Abstract Noun) A system of obligations that bound lords and their subjects in Europe during much of the Middle Ages. In theory, the king owned all or most of the land and gave it to his leading nobles in return for their loyalty and military service. The nobles in turn held land that peasants, including serfs, were allowed to farm in return for the peasants' labor and a portion of their produce. Under feudalism, people were born with a permanent position in society. মধ্য যুগত ইউৰোপত ধনী মাটিৰ গৰাকী আৰু তেওঁলোকৰ তলতীয়া লোকসকলৰ মাজত থকা দাস-প্ৰভুৰ সম্পৰ্কৰ এক বিশেষ প্ৰথা ৷ এই প্ৰথা অনুসৰি ৰজা সকলো মাটিৰ গৰাকী আৰু তেওঁ তলতীয়া সামন্ত প্ৰভুসকলক তেওঁক দিবলগীয়া কৰ-কাটল আৰু তেওঁৰ হকে যুদ্ধ কৰাৰ বিনিময়ত সেই মাটি দিছিল ৷ আনহাতে প্ৰভুসকলে প্ৰজাসকলক শাৰীৰিক পৰিশ্ৰম আৰু উত্‍পাদিত শস্যৰ এটা অংশৰ বিনিময়ত সেই মাটিত খেতি-খোলা কৰিবলৈ দিছিল ৷ এই প্ৰথা মতে মানুহৰ সমাজত স্থান জন্মসূত্ৰে লাভ কৰে ৷