fishyfist

fission (English) [ IPA: ˈfɪʃən ASM: ফিচন]
Ref: বিজ্ঞান আভিধান-প্ৰথম খণ্ড
1. (Abstract Noun) The act or process of splitting into parts
(a) a kind of nuclear reaction in which a heavy nucleus splits in fragments releasing huge energy
(b) a biological process of reproduction of asexual organism
টুকুৰা-টুকুৰ্ কৰি পেলোৱা কাৰ্য্য বা প্ৰণালী (ক) এক প্ৰকাৰৰ পাৰমাণৱিক বিক্ৰিয়া, য`ত এক গধূৰ কেন্দ্ৰ ভাগি টুকুৰা-টুকুৰ হোৱাৰ ফলত বৃহৎ পৰিমাণৰ শক্তি নিৰ্গত হয়। (খ) অযৌন পদ্ধতিৰে প্ৰজনন ঘটা এক জৈৱিক প্ৰক্ৰিয়া