forecastforefinger

forefather (English) [ IPA: forefather ASM: ফ’ৰফাদাৰ]
Contributed by: Karishma Boro on 2022-11-05
1. (Common Noun-Common &/or Masculine) Person, animal or plant from which another has descended or evolved. ব্যক্তি, প্ৰাণী বা উদ্ভিদ, যাৰ পৰা আন এক ব্যক্তি, প্ৰাণী বা উদ্ভিদৰ জন্ম বা সৃষ্টি হৈছে।

Contributed by: Partha P Sarmah on 2007-11-13
2. (Common Noun-Masculine) male ancestor; men who you are descended from, especially those who lived long ago. কাৰোবাৰ বংশৰ উপৰি পুৰুষ৷ ককা,আজোককা,পিতামহ আদি যাৰ জৰিয়তে পৰবৰ্তী প্ৰজন্ম সমূহৰ জন্ম হৈছিল