fundamentalistfuneral procession

funeral (English) [ IPA: ˈfjuːnrəl ASM: ফিউনাৰেল]
Contributed by: Partha P Sarmah on 2008-05-08
1. (Abstract Noun) a religious, ceremonial process of burning(cremating)or burying a dead person. মৃত ব্যক্তিৰ শৰীৰ পোৰা বা পোতাৰ এক আনুষ্ঠানিক আৰু ধৰ্মীয় ৰীতি৷

Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2010-11-27
Ref: চন্দ্ৰকান্ত অভিধান
2. Religious-Mythological(Verbal Adj.) of or pertaining to a funeral, i.e. the ceremonies for a dead person prior to burial or cremation অন্ত্যেষ্টিক্ৰিয়া সম্বন্ধীয়, অৰ্থাত্ মৃতকৰ আত্মাৰ সদগতিৰ অৰ্থে কৰিব লগা সত্কাৰ প্ৰক্ৰিয়া সম্বন্ধীয়