gatorgau

gatta (English) [ IPA: gatta ASM: গাটা]
Contributed by: Partha P Sarmah on 2011-08-29
1. Music(Material Noun-Neuter) small, slightly long and round wooden dowels used to control the tension. তবলাৰ ওপৰৰ পৰা তললৈ থকা চামৰাৰ ৰছী বিলাক ডাঙি চালখন প্ৰয়োজন অনুসৰি টান-ধিলা কৰিবলৈ ব্যৱহাৰ কৰা কাঠৰ দুই ইঞ্চিমান দীঘল সৰু ঘুৰণীয়া টুকুৰা৷
English: gatta,
Assamese: গট্টা