General Theory of Relativitygeneralise

generalisation (English) [ IPA: generalisation ASM: জেনেৰেলাইজেচন]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2012-08-11
1. (Verbal Noun) act of generalizing, i.e. making a general statement or conclusion. কোনো নিৰ্দ্দিষ্ট তথ্য, পৰিসংখ্যা আদিৰ ভিত্তিত সাধাৰণ (অৰ্থাৎ সকলো ক্ষেত্ৰতে খটা ধৰণৰ) সিদ্ধান্ত বা মন্তব্য দিয়া কাৰ্য্য।