geologistgeomagnetic axis

geology (English) [ IPA: dʒiːˈɑlədʒiː ASM: জিয়লজি]
1. Science and Technology(Abstract Noun) the science that deals with the dynamics and physical history of the earth, the rocks of which it is composed, and the physical, chemical, and biological changes that the earth has undergone or is undergoing. পৃথিৱীৰ গতিশীলতা আৰু ভৌতিক ইতিহাস, ইয়াক গঠিত কৰা শিলাখণ্ড, আৰু পৃথিৱীত ঘটি থকা বা আগেয়ে ঘটা বিভিন্ন ভৌতিক, ৰাসায়নিক আৰু জৈৱিক পৰিৱৰ্ত্তনৰ বিষয়ে চৰ্চ্চা কৰা বিজ্ঞানৰ এক ভাগ